দৈনিক বাতৰি

মাজনিশা অসমত অনুভূত ভূমিকম্প

মাজনিশা অসমত অনুভূত ভূমিকম্প গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হয় ভূমিকম্প মাজনিশা প্ৰায় ২:২৫বজাত অনুভূত হয় জোকাৰণি ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও চহৰৰ পৰা ৯কিলোমিটাৰ নিলগত ৰিখটাৰ স্কেলত ভূমিকম্পৰ...

বঙাইগাঁও শোধনাগাৰৰ সামৰ্থ সম্প্ৰসাৰণত সহায় কৰিবলৈ কেন্দ্রীয় মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ উপস্থিতিত অসমৰ শক্তি খণ্ডৰ সম্ভাৱনীয়তাৰ অন্বেষণ শীর্ষক অধিৱেশনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ কেন্দ্ৰীয় পেট্র'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ...

অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি, শুচিস্মিতা চক্ৰৱৰ্তীৰ দ্বিমুকুট অৰ্জন

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ৰ উদ্যোগত তথা বেডমিণ্টন...

আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ

আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ। যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক হিন্দু মহোৎসৱৰ সামৰণি পৰিব মহাশিৱৰাত্ৰিৰ দিনা। যোৱা প্ৰায় ডেৰ মাহ ধৰি...

আজি মহাশিৱৰাত্ৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই

আজি মহাশিৱৰাত্ৰি। শিৰে অৰ্ধ চন্দ্ৰমা, কণ্ঠে হলাহল। ব্যাঘ্ৰচৰ্ম পৰিয়া, পদ্মাসনে ত্ৰিনয়ন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই। শিৱ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ।...

Popular