দৈনিক বাতৰি

উৎসৱৰ বতৰত ‘মেগা উপহাৰ’… বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা!

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। উৎসৱৰ বতৰত বেতন বৃদ্ধিৰ সম্ভাৱনা আছে। সূত্ৰৰ খবৰ অনুসৰি, অক্টোবৰৰ প্ৰথম সপ্তাহত নৰেন্দ্ৰ মোদী চৰকাৰে মহাৰ্ঘ ভাত্তা (ডিয়াৰনেছ এলাউঞ্চ...

কিয় বিড়িত GST হ্ৰাস কৰা হ’ল? কৰ নিৰ্ণয়ৰ ক্ষেত্ৰত WHOৰ পৰামৰ্শ আৰু চৰকাৰৰ সিদ্ধান্তৰ মাজত পাৰ্থক্যক লৈ চিন্তিত স্বাস্থ্য বিশেষজ্ঞসকল

কেন্দ্ৰীয় চৰকাৰে চিগাৰেটকে ধৰি সকলো ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত GST (পণ্য আৰু সেৱা কৰ) বৃদ্ধি কৰিছে। কিন্তু এটা ক্ষেত্ৰত ব্যতিক্ৰম ঘটিছে। বিড়িৰ ওপৰত GST বৃদ্ধি...

জিনপিঙৰ সৈতে ‘নীৰৱে’ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে সাক্ষাতৰ পৰিকল্পনা কৰিছে। কিন্তু এই সাক্ষাৎ চীনত নহয়, পূব এছিয়াৰ অন্য এখন দেশত হ’ব পাৰে।...

আমেৰিকাৰ সৈতে দিল্লীৰ বুজাবুজি এতিয়াও বাকী আছে! কিন্তু আমেৰিকাৰ ‘বন্ধু’ ইজৰাইলৰ সৈতে শীঘ্ৰেই চুক্তি হ’ব ভাৰতৰ!

ইজৰাইলৰ সৈতে ভাৰতে অহা সপ্তাহত দ্বিপাক্ষিক বিনিয়োগ চুক্তি সম্পন্ন কৰিব পাৰে। ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মোট্ৰিচ তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ভাৰতলৈ আহিব। এই ভ্ৰমণৰ সময়ত দুই...

সমাজে স্বীকৃতি নিদিয়া এটা সম্পৰ্ক! গুৱাহাটীত দুটা জীৱনৰ ৰহস্যঘন পৰিসমাপ্তি

সমাজে স্বীকৃতি নিদিয়া এটা সম্পৰ্ক ! সম্পৰ্কৰ শেষ মৃত্যু। গুৱাহাটীৰ গেষ্ট হাউছৰ কোঠাত উদ্ধাৰ দুটাকৈ মৃতদেহ। দুটা জীৱনৰ ৰহস্যঘন পৰিসমাপ্তি। গুৱাহাটীৰ বৰবাৰীত যুৱ উশৃংখলতাৰ...

Popular