দৈনিক বাতৰি

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য অৰ্জন কৰিলে অসমৰ অস্মিতা চলিহাই। বৃহস্পতিবাৰে, ২২ অক্টোবৰত অনুষ্ঠিত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডৰ খেলত অস্মিতাই...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ মাজতে চুবুৰীয়াৰ ঘোচাত প্ৰাণ হেৰুৱালে এগৰাকী ৫৫ বছৰীয়া ব্যক্তিয়ে।...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১৬জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৩২জন লোক আহত হৈছে। চীনৰ...

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলনৰ প্ৰস্তুতি, আজি বৈঠকত বহিব ইণ্ডিয়া মিত্ৰজোঁট

দুৰ্গাপূজা শেষ হোৱাৰ পিছতে পুনৰ আন্দোলনৰ বাবে সাজু হৈছে বিৰোধী শিবিৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আগন্তুক দিনত আন্দোলন কোন পথেৰে আগবঢ়োৱা...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি দাহৰ জৰিয়তে কৰা হয়। কিন্তু হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ মন্দিৰ নগৰী বৈজনাথত এই...

Popular