দৈনিক বাতৰি

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামিল পাৰাস্তম্ভ। প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত। ১৮৯১ চনৰ পৰা শ্ৰীনগৰ প্ৰতিদিনে...

টংলাৰ ২ দেৱশিশুৰ হত্যা ৰহস্য ফাদিল

অকল্পনীয়, অবাস্তৱ, লোমহৰ্ষক। মাত্ৰ ১০ মিনিটতে ২ ভাতৃক হত্যা। নীৰজ শৰ্মা। মৰম লগা মুখমণ্ডলেৰে স্নাতক বৰ্ষৰ ছাত্ৰ। ওদালগুৰিৰ টংলাত নৃশংস হত্যাৰ বলি কণমানি গৌৰৱ...

মহানগৰীৰ ৰাজপথত শেষ হৈ গ’ল ২টাকৈ জীৱন

নিশা মহানগৰীৰ লাষ্টগেটৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। আহত এগৰাকী যুৱতীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল...

অৰুণোদয় ৩.০ আঁচনিৰ বাবে উপাৰ্জনৰ প্রমাণ-পত্ৰ আৱশ্যক নহয়

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্রমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয়...

লখিমপুৰত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

৩৭টা বিধান সভা সমষ্টিৰ বাবে নতুন ৰেচন কার্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে আভাষীয়ভাবে লখিমপুৰ চৰকাৰী আইন মহাবিদ্যালয় শুভ উদ্বোধন কৰাৰ লগতে চৰকাৰী...

Popular