দৈনিক বাতৰি

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়। ২ উইকেটত জয় লাভ সূৰ্য কুমাৰ যাদৱ বাহিনীৰ। ১৯.২ অভাৰত ৮ উইকেট হেৰুৱাই জয় সাব্যস্ত ভাৰতৰ । চেন্নাইত...

অসমৰ জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান

অসম আৰু অসমীয়াৰ বাবে এক ভাল খবৰ। অসমৰ জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান। ডিমাচা জনজাতীয় লোক সংগীতত অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰৰ এই সন্মান।

ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। ধিং মহাবিদ্যালয়ৰ অধ্যাপকৰ ঘৰত অঘটন। ধিং মহাবিদ্যালয়ৰ অধ্যাপক লক্ষীনন্দন বৰদলৈৰ বেতকাটি গাঁওস্তিত বাসগৃহত এই ঘটনা। বাথৰুমত চিপ...

কোনে প্ৰাণ ল’লে সপ্তম শ্ৰেণীৰ দিপালীৰ?

শনিবাৰে পুৱাৰ ভাগতে নাজিৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নাজিৰাৰ পাতঘৰ চাৰিআলিত থকা এটা শিলৰ ক্ৰেছাৰত উদ্ধাৰ হ’ল এগৰাকী ছাত্ৰীৰ মৃতদেহ। শিলৰ ক্ৰেছাৰ ডাষ্টত...

ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ গৈ মৃত্যু এটা গভাইত চোৰৰ

ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ গৈ মৃত্যু এটা গভাইত চোৰৰ। চুৰি কৰিবলৈ গৈ ধৰা পৰিছিল গভাইত চোৰটো। বিল্ডিঙৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰোঁতেই পৰি মৃত্যু...

Popular