ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়। ২ উইকেটত জয় লাভ সূৰ্য কুমাৰ যাদৱ বাহিনীৰ। ১৯.২ অভাৰত ৮ উইকেট হেৰুৱাই জয় সাব্যস্ত ভাৰতৰ । চেন্নাইত অনুষ্ঠিত মেচখনত প্ৰথমে বেট ধৰে ইংলেণ্ডে। ২০অভাৰত ৯ উইকেটত ১৬৫ৰান সংগ্ৰহ ইংলেণ্ডৰ। অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীৰ ২টাকৈ উইকেট দখল। প্ৰত্যুত্তৰত তিলক বাৰ্মাৰ অপৰাজিত ৭২ ৰানেৰে জয়ী ভাৰত । ভাৰতৰ আন সকলো টপ অৰ্ডাৰ বেটছমেন ব্যৰ্থ হয় খেলখনত। ৫খনীয়া T20ত ২-০ৰ অগ্ৰগতি ভাৰতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...