দৈনিক বাতৰি

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত! অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত আগন্তুক ৩ দিনত বৰষুণৰ সম্ভাৱনা। সাগৰ পৃষ্ঠৰ ১.৫ কিলোমিটাৰ গতিবেগত উৎপত্তি হৈছে ধুমুহাৰ। বৰঝাৰস্থিত...

বিদ্যাভাৰতীৰ দ্বাৰা আয়োজিত সমুৎকর্ষ মহাশিবিৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

সাম্প্রতিক সময়ত এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই শিক্ষার্থীসকলক স্বাভিমানী আৰু স্বাৱলম্বী কৰি এক মহান ভাৰতীয় হিচাপে গঢ়ি তুলিব পাৰেঃ ড° শৰ্মা বিদ্যাভাৰতীৰ অভিজ্ঞতাভিত্তিক আৰু অৰ্থপূর্ণ...

উত্তেজিত লোকে মৰিয়াই মৰিয়াই নিধন কৰিলে নাহৰফুটুকী

ডিব্ৰুগড়ৰ লাহোৱালৰ গণেশবাৰীত ভয়ংকৰ ঘটনা। উত্তেজিত লোকে মৰিয়াই নিধন কৰিলে নাহৰফুটুকী। দুজনকৈ লোকক আক্ৰমণ কৰিছিল নাহৰফুটুকীটোে। ঘটনাৰ পিছতে ক্ষোভিত লোকে খেদি খেদি নিধন কৰিলে...

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা

মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ গুলীচালনা৷গাভৰু গড়কোষত নগা দুবৃত্তই সৃষ্টি কৰিছে আতংকৰআদিত্য গগৈ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত গুলীচালনা৷গুলীবৰ্ষণৰ ঘটনাৰ পিছতে সীমান্তত আতংকময় পৰিবেশ৷

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ

সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমর্পণ। নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ আক্ৰমণকাৰী বিকি আহমেদৰ। বিকি আহমেদ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজাক। বিকিয়ে ইটাৰে আক্ৰমণ...

Popular