দৈনিক বাতৰি

ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই গ’ল বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া

ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই গ’ল বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। ৩.৩০ ঘণ্টা জেৰা পাণবজাৰৰ ক্ৰাইম ব্ৰান্সত। নিৰাপত্তাৰ মাজেৰে পাণবজাৰৰ ক্ৰাইম ব্ৰান্সৰ পৰা ওলাই গ’ল ৰণবীৰ।...

সম্পূৰ্ণ মহিলা সুৰক্ষা বাহিনীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত দিব নিৰাপত্তা

গুজৰাটৰ নৱসাৰী জিলাত আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল অনুষ্ঠানত ভাষণ দিব। এই অনুষ্ঠানৰ সুৰক্ষাৰ দায়িত্ব প্ৰথমবাৰৰ বাবে কেৱল মহিলা আৰক্ষীৰ...

এবাৰতে অভিনেত্ৰী ৰান্যাই সৰবৰাহ কৰিছিল ১৪.৮ কেজি সোণ

এবছৰত ৩০ বাৰ ডুবাই ভ্ৰমণ। এবাৰতে অভিনেত্ৰী ৰান্যাই সৰবৰাহ কৰিছিল ১৪.৮ কেজি সোণ। কিদৰে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দিছিল কনাড়া আভিনেত্ৰীয়ে? আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য। ১৩...

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) বন্ধ কৰিবলৈ আহ্বান জনালে ইলন মাস্কে

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে স্পেচএক্সৰ মুখ্য কাৰ্যবাহী ইলন মাস্কৰ এটা প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। মাস্কে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) শীঘ্ৰে বন্ধ কৰি দিয়াৰ পৰামৰ্শ দিছিল,...

ভাৰতৰ বাবে পাকিস্তানৰ বিশাল আৰ্থিক ক্ষতি; চেম্পিয়নছ ট্ৰফীৰ আয়োজকে হেৰুৱালে ১৯৫ কোটি টকা

পাকিস্তানে ২৯ বছৰৰ পিছত আইচিচি (ICC)ৰ এটা ইভেণ্ট আয়োজন কৰিছিল। কিন্তু ২০২৫ৰ চেম্পিয়নছ ট্ৰফীত পাকিস্তানে এখনো মেচত জয়লাভ কৰিব নোৱাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ...

Popular