ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই গ’ল বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া

ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই গ’ল বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। ৩.৩০ ঘণ্টা জেৰা পাণবজাৰৰ ক্ৰাইম ব্ৰান্সত। নিৰাপত্তাৰ মাজেৰে পাণবজাৰৰ ক্ৰাইম ব্ৰান্সৰ পৰা ওলাই গ’ল ৰণবীৰ। ক্ৰাইম ব্ৰান্সৰ শীৰ্ষ বিষয়াই সোধা-পোছা কৰিলে ইউটিউবাৰ এলাহাবাদিয়াক। প’ডকাষ্টত অশ্লীল মন্তব্যৰে ৰাইজৰ ৰোষত পৰিছিল ইউটিউবাৰজন। ইণ্ডিয়াছ গট লেটেণ্ট নামৰ অনুষ্ঠানত অশ্লীলতাৰ পোহাৰ মেলাৰ অভিযোগ। অসম আৰক্ষীয়ে ইউটিউবাৰজনৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...