দৈনিক বাতৰি

বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো

সুন্দৰী যুৱতীৰ নগ্ন ফটো পৰ্ণ চাইটত বিক্ৰী। বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো। যুৱতীৰ নগ্ন ফটোক লৈ দৰ-দাম। এক চাঞ্চল্যকৰ খবৰে চকু কপালত তুলিছে...

হোৱাইট হাউছত ট্ৰাম্প প্ৰশাসনৰ সৈতে বৈঠক Metaৰ CEO মাৰ্ক জাকাৰবাৰ্গৰ

ফেচবুকৰ মূল কোম্পানী METAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক জাকাৰবাৰ্গে বুধবাৰে ট্ৰাম্প প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে বৈঠকৰ বাবে হোৱাইট হাউছত উপস্থিত হৈছিল বুলি ৰয়টাৰ্ছে জনাইছে।...

ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে, দলৰ আন এজন নেতাই অভিনেত্ৰী মাধুৰী দীক্ষিতৰ বিষয়ে মন্তব্য কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাজস্থান বিধানসভাৰ...

সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ পথত আকৌ প্ৰতিবন্ধকতা

স্পেচএক্সে কেনেডী স্পেচ চেণ্টাৰত হাইড্ৰ’লিক চিষ্টেমত সমস্যা ধৰা পৰাৰ পিছত ক্ৰু-১০ মিছনৰ উৎক্ষেপণ স্থগিত কৰিছে। এই স্থগিতকৰণে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু উইলম’ৰৰ পৃথিৱীলৈ...

নিজাকৈ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ

ভাৰতে এতিয়া নিজৰ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ সাজু হৈছে। দেশৰ নাগৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটা বিশেষ উদ্দেশ্যৰ...

Popular