দৈনিক বাতৰি

বগীবিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় জলপথ বাণিজ্যৰ শুভাৰম্ভ; আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ডিব্ৰুগড়ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰা

অসমত আজি ডিব্ৰুগড়ৰ নৱনিৰ্মিত বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কাৰ্যসূচীত...

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজনক ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ পৰা সৰকালে লাখে লাখে টকা। য়াছিন মূলতানিৰ কাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া। জীম, শ্বপিং মল...

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle দেখা যোৱাৰ দাবীক লৈ অনলাইনত ইতিয়া চৰ্চা চলিছে। ইণ্টাৰনেটত প্ৰকাশ পোৱা ভিডিঅ’ আৰু ছবিৰ ভিত্তিত...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে ভাৰতে। দেশৰ পদকৰ যাত্ৰাত বিশেষ ভাৱে উজলি উঠিল উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা খেলুৱৈসকল। বক্সিং ৰিঙৰ পৰা ভাৰোত্তোলনৰ...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা। প্ৰশিক্ষক জৰ্জ জেছুছে ৰাষ্ট্ৰীয় দলত ৰোনাল্ডোৰ...

Popular