দৈনিক বাতৰি

ক্ৰিষ্টিয়ানো ৰণাল্ডোয়ে ইউৰো কাপ ২০২০ ত গঢ়িলে অভিলেখ

গুৱাহাটী, ২৪ জুন, NKTV: ফুটবল তাৰকা তথা পৰ্টুগাল দলৰ কেপ্টেইন ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ অভিলেখ সৃষ্টি। মেনছ ইন্টাৰনেছনেল ফুটবলৰ আটাইতকৈ বেছি সংখ্যক গল কৰা আলী দায়েইৰ সমানেই...

দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিলে পূৰ্বৰ সকলোবোৰ অভিলেখ

গুৱাহাটী, ২৪ জুন, NKTV: দেশত ইন্ধনৰ মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰিছে। মুম্বাইত পেট্ৰলৰ মূল্যবৃদ্ধি হৈ প্ৰতিলিটাৰৰ পেট্ৰলৰ দাম ১০৩.৮৯ টকালৈ বৃদ্ধি পালে। ইকোনোমিক কেপিটেল...

মাডাৰ্ছ অ’ল্ড এজ হােমৰ শেহতীয়া ঘটনাৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৪ জুন, NKTV: গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে...

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ

নিউজীলেণ্ডৰ হাতত ধৰাশায়ী টীম ইণ্ডিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ।নিউজিলেণ্ডৰ ওচৰত সহজ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ।৮ উইকেটত পৰাস্ত ভাৰতীয় ক্ৰিকেট দল।১৩৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি...

বোমা প্ৰস্তুত কৰি হেৰুৱাইছিল দুটা আঙুলি; বুবু কোঁৱৰৰ A to Z

গুৱাহাটী, ২৩ জুন, NKTV: বুবু কোঁৱৰ...ঘৰ শিৱসাগৰৰ ৰতনপুৰীয়াত। স্কুলীয়া জীৱনৰ পৰাই অপৰাধৰ পৃষ্ঠাই-পৃষ্ঠাই বুবু কোঁৱৰক বিচাৰি পোৱা যাব। অস্ত্ৰ সৰবৰাহকাৰী ৰূপেও কাম কৰিছিল বুবুয়ে। বোমা নিৰ্মাণ...

Popular