বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ

0 4

নিউজীলেণ্ডৰ হাতত ধৰাশায়ী টীম ইণ্ডিয়া

  • বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ।
  • নিউজিলেণ্ডৰ ওচৰত সহজ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ।
  • ৮ উইকেটত পৰাস্ত ভাৰতীয় ক্ৰিকেট দল।
  • ১৩৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভাৰতে।
  • দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্য অতিক্ৰম নিউজিলেণ্ডৰ।
  • ভাৰতীয় বলাৰৰ দুৰ্বল প্ৰদৰ্শন।
  • দ্বিতীয় ইনিংছত ভাৰতীয় বেটছমেনো ৰাণ কৰাত ব্যৰ্থ।
  • নিউজিলেণ্ডৰ হৈ কেন উইলিয়ামছনৰ ৫২ ৰাণ।
  • ৰছ টেইলৰৰ ৪৭ ৰাণৰ অনবদ্য অৱদান।
  • প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ।
  • ইংলেণ্ডৰ ছাউদাম্পটনৰ এজেছ বাউলত ফাইনেল মেচ।
  • মেচখনত বৰষুণৰ বাধাসত্বেও নিৰ্ধাৰণ হ’ল ফলাফল।
  • বৰষুণেও পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক।
Leave A Reply

Your email address will not be published.