দৈনিক বাতৰি

ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎ

ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎচুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়েঘৰ ভাড়াত দিলে জনাব লাগিব চৰকাৰককিমান টকাত ভাড়া দিছে জনাব লাগিবচৰকাৰে এটা...

উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ CLEAN SWEEP

গোসাঁইগাঁৱত বৃহৎ ব্যৱধানত জয়ী জিৰণ বসুমতাৰী২৮,৩৬৬টা ভোটত জয় লাভ UPPLৰ প্ৰাৰ্থীজনৰজিৰণ বসুমতাৰীয়ে লাভ কৰে ৫৮,২৭৮টা ভোটকংগ্ৰেছ প্ৰাৰ্থীজনে লাভ কৰিছে ২৪,০৬৪টা ভোট…………….ভৱানীপুৰত ফণীধৰ তালুকদাৰৰ জয়লাভ২৫,৬৪১টা...

পাঁচ সমষ্টিত কোনে মাৰিব শেষ হাঁহি?

আজি ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল। EVMত বন্দী জনতাৰ ৰায় আহিব সন্মুখলৈ। ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী EVMত। পাঁচ সমষ্টিত কোনে মাৰিব শেষ হাঁহি?...

প্ৰথমে শ্বৰ্টছৰ প্ৰচলন ক’ত আৰু কেতিয়া হৈছিল জানেনে?

শ্বৰ্টছৰ সৃষ্টি হৈছিল পশ্চিমীয়া দেশত। ১৮শ শতিকাৰ পৰাই ইউৰোপ আৰু আমেৰিকাত শ্বৰ্টছ ব্যৱহাৰ কৰা দেখা যায়। ঘাইকৈ ব্ৰিটিছ, আমেৰিকান আৰু অন্যান্য দেশৰ সামৰিক জোৱান...

গঁড়ৰ খৰ্গৰ ঔষধি গুণৰ ভ্ৰান্ত ধাৰণা নির্মূল কৰিব লাগিব : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বোকাখাতত বিনষ্ট কৰা হ’ল ২,৪৭৯টা গঁড়ৰ খৰ্গ ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড় সংৰক্ষণৰ দিশত অসম চৰকাৰৰ এক শক্তিশালী পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব...

Popular