দৈনিক বাতৰি

বানত বুৰিছে কাজিৰঙা-পবিতৰা

বানত বুৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পবিতৰা অভয়াৰণ্যৰো ৮০ শতাংশ বনাঞ্চল বানৰ কবলত। কাজিৰঙাৰ বুঢ়াপাহাৰ, বাগৰি, কঁহৰা আৰু অগৰাতলী আটাইকেইটা বনাঞ্চলতে এতিয়া পানী।...

টকিঅ’ পেৰালিম্পিক : পদক পাইয়ো হেৰুৱালে বিনোদ কুমাৰে

টকিঅ' পেৰালিম্পিক সমিতিয়ে বিকলাঙ্গতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি ঘোষণা কৰাৰ পিছত সোমবাৰে ভাৰতীয় ডিচকাচ থ্ৰ'য়াৰ বিনোদ কুমাৰে তেওঁৰ ব্ৰঞ্জৰ পদক হেৰুৱায়। ১৯৭১ চনৰ ভাৰত-পাকিস্তান...

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টুৱাৰ্ট বিন্নীৰ

এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ Bowling Figureৰ অভিলেখ আছিল বিন্নীৰ ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিদ্বন্দিতা কৰা কৰ্ণাটকৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা...

সচাঁ হ’ল বাইডেনৰ সতৰ্কবাণী! পুনৰ আক্ৰমণৰ লক্ষ্য কাবুল

আই এছ আই এছ-খোৰাচানে কেইবাটাও ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰাৰ তিনিদিন পিছত কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত আজি আন এটা বিস্ফোৰণ সংঘটিত হয়। কাবুলৰ...

একেদিনাই পেৰালিম্পিকত ৩টাকৈ পদক ভাৰতৰ

পেৰালিম্পিকত উজলিল ভাৰতীয় খেলুৱৈএকেদিনাই ৩টাকৈ পদক লাভ ভাৰতৰভাৰতৰ পদক তালিকাত ২টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক ২৪ আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা টকিঅ পেৰালিম্পিকত দেওবাৰে...

Popular