দৈনিক বাতৰি

কৃষকৰ সন্তান IIT গুৱাহাটীৰ ছাত্ৰলৈ ২.০৫ কোটিৰ দৰমহা

দৰিদ্ৰ পৰিয়ালৰ পৰা আহি আকাশ চোৱাৰ সপোন পূৰণ হ'ল ৰোহিত নেগীৰ। নিজৰ একাগ্ৰতা আৰু মেধাৰ বলত লোভনীয় চাকৰিৰ সুযোগ লাভ কৰিলে ৰোহিতে। জ্ঞান আৰু...

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি। গোলাঘাটৰ চাৰিঙীয়াস্থিত ঐতিহাসিক বাৰীখনৰ অবাধ বেদখলে ক্ৰমাৎ বিপন্ন কৰি তুলিছে ইয়াৰ অস্তিত্ব। গোলাঘাট...

বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা

ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটাউত্তৰ লক্ষীমপুৰ কলেজৰ অধ্যাপক ড০ ৰাজখোৱাবিশিষ্ট লেখক-গৱেষক গৰাকীলৈ প্ৰথমবাৰৰ বাবে এই বঁটাসাহিত্যিক যুগল লোচন দাসলৈ পানীন্দ্ৰনাথ গগৈ বঁটাদাস...

গ্ৰেপ্তাৰ হ’ল ACA প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোঁহাই

গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ টিংখঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে প্ৰদীপ বুঢ়াগোহাঁইক। আজি পুৱতি নিশা আৰক্ষীয়ে ACAৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক লৈ ফটাশিল...

পাঁচ মহীয়া সন্তানক এৰি যোগ দিলে নেকি আলফা(স্বাঃ)ত? ২ পৰিয়ালৰ মাজত হাহাকাৰ।

উজনি অসমত আলফা (স্বাঃ)ই পুনৰ সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছে। বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাখনৰ লগতে উজনি অসমৰ পৰা বহু যুৱক-যুৱতী আলফা স্বাধীনলৈ গমন কৰাৰ...

Popular