পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ১৫ গাঁওবুঢ়া!

পুনৰ মানকাচৰৰ ১৫ জন গাঁওবুঢ়াক মুখ্যমন্ত্ৰী তদাৰকী শাখাই চমন জাৰি কৰিছে। অহা ১৭ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব গাঁওবুঢ়াকেইজন। পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ১৫ গাঁওবুঢ়া। বক্ৰ পথেৰে গাঁওবুঢ়া নিযুক্তি লাভ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাৰি গাঁওবুঢ়া। নিযুক্তি কেলেংকাৰীত জড়িত তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানও ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে জোৰদাৰ গতিত তদন্তকাৰী দলে অব্যাহত ৰাখিছে তদন্ত। হিমন্ত বিশ্ব চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ বাবে ইতিমধ্যে কাম কৰি আহিছে। শীঘ্ৰে আন কেইবাজনো গাঁওবুঢ়াৰ বাবে আহিব পাৰে বেয়া খবৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...