ড্ৰাগছসহ কুখ্যাত ব্যৱসায়ী আজমল হুছেইনক গ্ৰেপ্তাৰ

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বটদ্ৰৱাৰ আমলখিৰ পৰা গ্ৰেপ্তাৰ আজমল হুছেইন নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩.২০ গ্ৰাম ড্ৰাগছৰ লগতে বহু কেইটা কণ্টেইনাৰ। বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...