মিজোৰামৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ চুপাৰি ছিণ্ডিকেটৰ খলনায়ক আবুব মজুমদাৰক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত আবুব মজুমদাৰ। কুখ্যাত চুপাৰি মাফিয়া আবুব মজুমদাৰক গ্ৰেপ্তাৰ ৷ কাছাৰ জিলাৰ ধলাইৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত চুপাৰি মাফিয়াটোক ৷ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়া আবুব মজুমদাৰক ৷ চুপাৰি মাফিয়াৰ বিৰুদ্ধে অভি়যান আৰম্ভ হোৱাৰে পৰা পলাতক হৈ আছিল আবুব ৷ আৰক্ষীয়ে ৱাণ্টেড ঘোষণা কৰিছিল আবুব মজুমদাৰক ৷ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল ধৃত চুপাৰী মাফিয়াটোৰ ৷ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ অন্যতম খলনায়ক আছিল আবুব ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...