মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ CJMৰ নিৰ্দেশত স্থগিতাদেশ

0 66

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিয়া CJMৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। CJMৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে দিছিল দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। গোচৰ ৰুজু নকৰাত CJM আদালতত গোচৰ তৰিছিল খালেকে।

Leave A Reply

Your email address will not be published.