দৈনিক বাতৰি

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব শক্তিশালী মহিলা গোট ‘অপৰূপা’ৰ উদ্যোগত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান। এই উপলক্ষে অনুষ্ঠিত...

ৰিয়াধক লক্ষ্য কৰি হুথীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ, ১০টা বেলিষ্টিক ক্ষেপণাস্ত্ৰ ধ্বংসৰ দাবী ছৌদি আৰৱৰ

ছৌদি আৰৱ আৰু য়েমেনৰ হুথী বিদ্ৰোহীৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়তে ৰিয়াধক লক্ষ্য কৰি নিক্ষেপ কৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰ আকাশতে বাধা দি ধ্বংস...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাক লৈ গুৱাহাটীত অনুষ্ঠিত হয় এখন সংবাদমেল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ২৭ অক্টোবৰৰ পৰা...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত হাউছকিপিঙৰ দায়িত্বত নিয়োজিত এগৰাকী মহিলাৰ গাত এখন প্ৰকাণ্ড লোহাৰ গেট পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়...

২৮ হাজাৰ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ সন্দেহত অধিবক্তাক গ্ৰেপ্তাৰ EDৰ

প্ৰায় ২৮ হাজাৰ কোটি টকাৰ বেংকিং লেনদেনৰ সৈতে জড়িত বুলি সন্দেহ কৰা দেশজোৰা চাইবাৰ জালিয়াতি আৰু ‘ডিজিটেল এৰেষ্ট’ চক্ৰৰ তদন্তৰ মাজতে মুম্বাই বিমানবন্দৰৰ পৰা...

Popular