দৈনিক বাতৰি

অভিলেখ উচ্চতাত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, ৭২৯.৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি ফৰেক্স ৰিজাৰ্ভ

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে নতুন অভিলেখ সৃষ্টি কৰিছে। আমেৰিকান ডলাৰৰ প্ৰবাহ বৃদ্ধি আৰু মূলধন আকৰ্ষণৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) গ্ৰহণ কৰা শেহতীয়া পদক্ষেপৰ...

সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ যমজ সন্তানক লগত লৈ ঘৰে ঘৰে গৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে এগৰাকী মাতৃয়ে। শেহতীয়াকৈ সামাজিক...

তিব্বত বানৰ ভয়ংকৰ দৃশ্য চীনত প্ৰচাৰ কৰা হোৱা নাই

তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য আৰু পাৰপত্ৰ কেন্দ্ৰ গিৰং সীমান্ত বন্দৰত ভয়ংকৰ বানৰ দৃশ্যই বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। কিন্তু এই...

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি ড০ বৰ্ণালী ডেকা ভাৰত চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে পেনেলভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা...

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে অৱশেষত ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰাৰ সন্দৰ্ভত মুখ খুলিছে। T-20 বিশ্বকাপ জয় কৰাৰ পিছতে নিৰ্বাচক...

Popular