দৈনিক বাতৰি

ছাত্ৰৰ হিংসাত্মক প্ৰতিবাদত উত্তাল ফ্ৰান্স; ৫ শতাধিক বিদ্যালয় বন্ধ, ৫ হাজাৰৰো অধিক শিক্ষাৰ্থীক গ্ৰেপ্তাৰ

শিক্ষাখণ্ডত অধিক বিনিয়োগ, উন্নত আন্তঃগাঁথনি আৰু পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবীত ফ্ৰান্সত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ ক্ৰমাৎ তীব্ৰ হৈ উঠিছে। মঙলবাৰে দেশজুৰি বৃহৎ প্ৰতিবাদৰ আহ্বান জনোৱাৰ পিছত...

সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত; শ্যামকানু মহন্তৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ ভাগ্যও ওলমি ৰ’ল

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত সম্পন্ন হয়। শুনানিৰ পিছতে আদালতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। সিদ্ধাৰ্থ শৰ্মাৰ...

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা ফৰ্মেটৰ অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। মঙলবাৰে সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে ৩৭...

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত ধন জমা নিদিয়াত অভিনেতা ৰাজপাল যাদৱক সোমবাৰে তীব্ৰ ভৰ্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে। আদালতে মঙলবাৰৰ ভিতৰত...

আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাৰতৰ সমৰ্থন; আফগান জনসাধাৰণৰ কল্যাণৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি

ৰাছিয়াই মস্কোত আয়োজন কৰা আফগানিস্তান বিষয়ক ৮ম মস্কো ফৰ্মেট বৈঠকত ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। লগতে ভাৰতে আফগান...

Popular