দৈনিক বাতৰি

নেইমাৰৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ ফুটবলপ্ৰেমী

ৰ'নাল্ডো, মেছীৰ সমান্তৰালকৈ নেইমাৰৰ মেজিককোপা আমেৰিকাত পেৰুৰ বিপক্ষে দুৰ্দান্ত ৰূপত তাৰকানেইমাৰৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ ফুটবলপ্ৰেমীকোপা আমেৰিকাত ক্ৰমাগত দ্বিতীয় জয় আয়োজক দেশ ব্ৰাজিলৰ। পেৰুৰ বিৰূদ্ধে...

ৰাছিয়ান ৰাষ্ট্ৰপতিৰ বাবে সোণ খচিত SUNGLASS!

গুৱাহাটী, ১৮ জুন, NKTV: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনলৈ আগবঢ়ালে এক বিশেষ উপহাৰ। ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক আগবঢ়ালে এযোৰ বিশেষ কাষ্টম এভিয়েটৰ ছান...

“শৰীৰৰ প্ৰয়োজনীয়তাৰ বাবেই যৌন সম্ভোগ কৰিছিলো, শেষ মুহূৰ্তত কিন্তু বিয়াখন নহ’ল…”

গুৱাহাটী, ১৮ জুন, NKTV: নীনা গুপ্তা... বি-টাউনত এগৰাকী সাহসী অভিনেত্ৰী হিচাপে পৰিচিত। এই বিষয়ে কাৰো কোনো সন্দেহ নাই। তেওঁ সদায় ৰূপালী পৰ্দাত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰি...

বেজৰ নাকত খৰ, নগাঁৱত ANTI-NARCOTICS SQUADৰ জোৱানসহ আটক

গুৱাহাটী, ১৭ জুন, NKTV: নগাঁৱত ড্রাগছৰ বিৰুদ্ধে অভিযান চলোৱা এণ্টি নাৰ্কোটিক স্কোৱাদৰ জোৱানৰ হাততে উদ্ধাৰ হৈছে ড্রাগছ কণ্টেইনাৰ। গাঁওৰক্ষী বাহিনীৰ লোকে ইশ্রাফিল হুছেইন নামৰ জোৱানজনক...

বোকাজানত জব্দ হ’ল ৭ কোটি টকা মূল্যৰ ২ কিলো হেৰ’ইন

গুৱাহাটী, ১৭ জুন, NKTV: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰেও অসমৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ কৰাৰ বিপৰীতে কেইবাজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। বোকাজানত বৃহৎ...

Popular