দৈনিক বাতৰি

চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়তে ১২ চকীয়া ট্ৰাকসহ জব্দ ২২টাকৈ গৰু

অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীৰ অভিযান । অভিযানত এখন ১২ চকীয়া ট্ৰাকসহ জব্দ ২২টাকৈ গৰু। ধেমাজিৰ চিলাপথাৰৰ পৰা মেঘালয়লৈ অবৈধভাৱে সৰবৰাহ কৰিছিল...

শিশু উদ্যানেৰে সুশোভিত হ’ব নাৰেংগীৰ হাউচিং কলনী

মহানগৰীৰ নাৰেংগী হাউচিং কলনীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় সুৰবালা বৰদলৈ শিশু উদ্যান। ফিটা কাটি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালীনী দেৱীয়ে। অসমৰ জাতীয়...

টাওকাক নৈত সন্ধানহীন এটি কিশোৰক উদ্ধাৰ, এতিয়াও সন্ধান নাই আনটো কিশোৰৰ

সোণাৰিৰ টাওকাক নৈত সন্ধানহীন হোৱা কিশোৰক উদ্ধাৰ। সোণাৰিৰ নাফুকৰ গুজিবিল অঞ্চলত নৈত উদ্ধাৰ সঞ্জয় সৰকাৰ নামৰ কিশোৰজন। শনিবাৰে নদীত গা ধুবলৈ যোৱা অৱস্থাত টাওকাক...

কিয় অসমলৈ আহিব অমিত শ্বাহ, গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ সম্পূৰ্ণ সূচী

দুদিনীয়া ব্যস্ত সূচী লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা ১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান...

৫০ লাখ টকাৰ ড্ৰাগছ জব্দ, জালত ৩ সৰবৰাহকাৰী

পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কৰিমগঞ্জৰ পাথাৰকান্দিত চলিল অভিযান। কেউটি গাঁৱত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ'ইন। আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৩ যুৱকক। ১৯টা...

Popular