দৈনিক বাতৰি

ডেল্টা ভেৰিয়েণ্ট কি? ভেকচিনে সুৰক্ষা দিব পাৰিব নে?

পূৰ্বৰ মাহবোৰত ৰাইজে ৰখা নিজৰ দৃঢ় স্থিতি যদি শিথিল কৰে, নিশ্চিতভাৱে আন এক লহৰ আহিব : ডাঃ অনুৰাগ আগৰৱাল, সঞ্চালক, Institute of Genomics and...

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ; গুৱাহাটী মহানগৰীলৈ ভাবুকি!

গুৱাহাটী, ৬ জুলাই, NKTV: বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে।...

ক্ৰমশঃ সুস্থ হৈ উঠিছে অভিনেতা দিলীপ কুমাৰ

গুৱাহাটী, ৬ জুলাই, NKTV: শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে চিকিৎসাধীন হোৱা বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰৰ অৱস্থাৰ কিছু উন্নতি হৈছে। এই বিষয়ে জানিবলৈ দিছে বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী...

আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱসৰ ৭৫ বছৰ; এই দিনটোকলৈ কিছু নজনা কথা

প্ৰতিবছৰে ৫ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱস হিচাপে পালন কৰা হয়। বিকিনি হৈছে আটাইতকৈ আৰামদায়ক পোছাক।অৱশ্যে, সাংস্কৃতিক সীমা আৰু সুৰক্ষাৰ সমস্যাৰ দৰে কিছুমান কাৰকৰ...

আহি আছে কাজল আগৰৱালৰ নতুন ছবি ‘উমা’

গুৱাহাটী, ৫ জুলাই, NKTV: অভিনেত্ৰী কাজল আগৰৱাল বৰ্তমান ব্যস্ত এখন ফেমিলী ড্ৰামাকলৈ। তথাগত সিঙৰ নতুন চলচ্চিত্ৰ ‘উমা’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব লগীয়া অভিনেত্ৰী গৰাকীয়ে কলকাতাত...

Popular