দৈনিক বাতৰি

দোকান-বজাৰত প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন, চলিছে বজাৰে বজাৰে অভিযান!

গুৱাহাটী পৌৰ নিগমৰ প্লাষ্টিক বিৰোধী অভিযান। মহানগৰীৰ প্ৰতিখন বজাৰে বজাৰে চলিছে এই অভিযান। ৭৫ মাইক্ৰনতকৈ কম মান যুক্ত প্লাষ্টিক বেগ ব্যৱহাৰৰ বিৰুদ্ধে এই অভিযান।...

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বর্তমান বিশ্বৰ সর্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয়। ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন...

জুবিন গাৰ্গৰ আহ্বান : সহায় কৰক শ্ৰুতি প্ৰিয়মক

সদায় হাঁহি থকা ছোৱালী জনীয়ে আজি বিচনাত চটফটাই কান্দি আছে। সদায় আনৰ বাবে চিন্তা কৰি থকা, সদায় আনৰ ভাল কৰিবলৈ চেষ্টা কৰি থকা ছোৱালী...

বাংলাদেশত দূৰ্গা পূজাৰ ব্যাপক আয়োজন

✒️অচিন্ত্য শৰ্মা যোৱাবছৰৰ দু:সহ স্মৃতি বুকুত বান্ধি এইবাৰো বাংলাদেশৰ হিন্দুসমাজ সাজু হৈছে শাৰদীয় দূৰ্গা পূজা তথা দুৰ্গোত্সৱ উদযাপন কৰিবলৈ। ইছলামিক মৌল-বাদীৰ আক্ৰমণৰ আশংকাৰ মাজতে...

ভাৰত-বাংলা যৌথ বিবৃতি: কি দিলে কি নিলে

✒️অচিন্ত্য শৰ্মা অন্ত পৰিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ। ভ্ৰমণ সমাপ্তিৰ পৰ্বে চিৰাচৰিতভাবে প্ৰকাশ কৰা হ'ল উভয় দেশৰ প্ৰধানমন্ত্ৰী যুটীয়া ঘোষণা পত্ৰ;...

Popular