দৈনিক বাতৰি

ৰনোজ পেগুৰ ডাঙৰ ঘোষণা

সৰ্বশিক্ষা বুলিয়েই পাছ নকৰে, পঞ্চম-অষ্টম শ্ৰেণীত ফেইল কৰিব শিক্ষাৰ্থীশিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা https://youtu.be/B71fpUA7p40

নেপালত শোকাৱহ বাছ দুৰ্ঘটনা, ১৬ যাত্রী নিহত

নেপালৰ মাধেশ প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাশোকাৱহ দুৰ্ঘটনাত ১৬ যাত্রী নিহত, ৩৫ যাত্রী আহতনাৰায়ণগড়ৰ পৰা বীৰগুঞ্জ অভিমুখে গৈ আছিল বাছখননিয়ন্ত্রণ হেৰুৱাই ৰাজপথৰ পৰা নৈত বাগৰি...

আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাবিয়লি ৪.১৫ বজাত গুৱাহাটীত অৱতৰণ কৰিব নাড্ডাইবিমান বন্দৰৰ পৰা পোনে পোনে যাব কইনাধৰাৰ অতিথিশালালৈনিশা ৯ বজাত...

কাটাৰতেই শেষ! খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব মেছিক

কাটাৰতেই শেষ। খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব মেছিৰ দুভৰিৰ যাদু। বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা লিঅ’নেল মেছিৰ অনুৰাগীৰ বাবে এটা অতি দুখবৰ। কাটাৰ বিশ্বকাপৰ...

সলনি হ’ব গড়মূৰ জিলা চিকিৎসালয়ৰ চেহেৰা

তেজস্বিতাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ। এমাহৰ ভিতৰত নতুন ৰূপ পাব গড়মূৰ জিলা হাস্পতালে। প্ৰথম অৱস্থাত মেডিকেল কলেজৰ অভিজ্ঞ চিকিৎসকৰ সহায় লোৱা হ'ব। কি...

Popular