কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ: কোনো সুখবৰ পাব। মনোবলৰ জোৰতে বহুতখিনি কাম হৈ উঠিব। বুদ্ধিবৃত্তিত গাম্ভীর্যতা থাকিব। সন্তানৰ শুভ। শিল্পীৰ সুনাম।

বৃষ: কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ নকৰিব। দুষ্টৰ সংগ ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ। পাণ্ডিত্য প্রতিভা থাকিব।

মিথুন: সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ।

কৰ্কট: সুস্থিৰ মীমাংসাত উপনীত হ’ব পাৰিব। নতুন বন্ধু লাভ। ৰাজনীতিত নতুন আশাৰ সঞ্চাৰ। গুৰু কৃপা লাভ কৰিব। চিত্ৰকৰৰ সুনাম।

সিংহ: পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট।

কন্যা: মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ।

তুলা: পাৰিবাৰিক জীৱনৰ ব্যস্ততা বাঢ়িব। ৰাজহুৱা কামত সুখ্যাতি। নিৰামিষ খাওক। শত্রু পদানত হ’ব। ক্ৰীড়াত সুনাম। বিদ্যাত সুখ।

বৃশ্চিক: মনৰ উদ্যম বাঢ়িব। সন্তানৰ পৰা সু-সংবাদ পাব। পানীৰ পৰা ভয়। আধিপত্য বিস্তাৰ কৰিব পাৰিব। সাহিত্যিক-সাংবাদিকৰ সুনাম।

ধনু: কর্মত দৃঢ়তা থাকিব। আৱেগ বর্জন কৰক। সততা ৰক্ষা পাৰিব। সন্তানক লৈ চিন্তা। ক্রীড়াত সুনাম বৃদ্ধি পাব। শত্রু কমিব। সম্পদ লাভ।

মকৰ: কৰ্মত বলিষ্ঠ সংযোগ। পদোন্নতি বা বদলিৰ যোগ। শত্ৰু কমিব। ধন ধাৰলৈ নিদিয়াই ভাল। নতুন বন্ধু লাভ। পেটৰ অসুখ হ’ব পাৰে। ভ্রমণ।

কুম্ভ: কর্মক্ষেত্ৰত যথেষ্ট চিন্তা-ভাবনা থাকিব। গাম্ভীর্যতা প্রকাশ পাব। ভুল চিন্তা মনলৈ নানিব। পাণ্ডিত্য প্রতিভা থাকিব।

মীন: কর্মত সুখ্যাতি লাভ। আনৰ কথা লৈ মূৰ নঘমাব। ৰাজনীতিত উদ্যম থাকিব। দাম্পত্যত জীৱন সুখ-শান্তিময়। শত্ৰু কমিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...