চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক

চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক। অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অপহৰণ কাণ্ড। ডিব্ৰুগড়ৰ হেমন্ত কোচক অপহৰণ অৰুণাচলত। ইয়াৰ লগতে বিহাৰৰ ৰামাচিশ মহতো আৰু এজন স্থানীয় বাসিন্দা বানফুৱা ৱাংপাঙকো অপহৰণ। অপহৰণৰ আঁৰত NSCN(K) জড়িতৰ সন্দেহ। ইতিমধ্যে স্থানীয় যুৱক বানফুৱা ৱাংপাঙক মুকলি কৰি দিয়ে যদিও হেমন্ত কোচ আৰু বিহাৰৰ লোকজন এতিয়াও অপহৰণকাৰীৰ কবলত। লংডিং জিলাৰ লংখাও আৰু পুমাও নামৰ গাঁৱৰ পথ নির্মাণত নিয়োজিত আছিল এই লোককেইজন। প্ৰশাসনক NSCN(K)ৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ কাতৰ আহ্বান পৰিয়ালৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...