- জোনাই মহকুমাত ১৪৪ ধাৰা জাৰি
- মহকুমাধিপতিৰ কাৰ্যালয়ৰ অভিমুখে গৰু-ম’হসহ সহস্ৰাধিক গোপালক
- গোপালকৰ অভিনৱ প্ৰতিবাদক লৈ ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ
- ৫জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা
- অনুমতি অবিহনে জোনাইত পাতিব নোৱাৰিব সভা-সমিতি
- মহকুমা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা