গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী৷ বুধবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল সাংসদজন। তাৰ পিছতেই তেওঁক ভৰ্তি কৰোৱা হৈছিল বঙাইগাঁৱৰ এখন হাস্পতালত। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে চিকিৎসকে নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল সাংসদজনক। শ্বাস-প্ৰশ্বাসজনিত কাৰণত অসুস্থ ফণীভূষণ চৌধুৰী। বৰ্তমান ICUত চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে চৌধুৰীক। অৱশ্যে বৰ্তমান তেওঁ সংকটমুক্ত বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...