ৰাজ্যসভা নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছ-AIUDFৰ সংঘাত!

  • ৰাজ্যসভা নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছ-AIUDFৰ সংঘাত
  • AIUDFক বিশ্বাস আৰু আস্থাত নোলোৱাৰ অভিযোগ
  • কংগ্রেছ নেতৃবৰ্গই ৰাজহুৱাভাৱে এৰাই চলিছে AIUDFৰ নাম
  • কংগ্রেছৰ অফিচিয়েল টুইটত নাথাকে AIUDF অথবা আজমলৰ নাম
  • বিশ্বাসত লোৱা নাই AIUDFৰ বিধায়কক
  • AIUDFৰ বিধায়কে ভোট দিওতে দেখুৱাব লাগিব কংগ্রেছৰ এজেণ্টক
  • AIUDFৰ এজেণ্টক দেখুৱালে বিশ্বাস নকৰে কংগ্ৰেছ নেতৃবৰ্গই
  • AIUDFএ এজেণ্টৰূপে নিয়োগ কৰিছে ধুবুৰীৰ বিধায়ক নজৰুল হকক
  • কংগ্ৰেছে নিজা বিধায়কক এজেণ্ট নিয়োগ কৰাৰ প্রস্তাৱ দিছে
  • AIUDFৰ প্রস্তাৱক লৈ আৰম্ভ হৈছে দুই দলৰ সংঘাত
  • নিৰ্বাচনৰ প্রাকমুহূৰ্তত মিত্রতা ভংগৰ সকীয়নি AIUDFৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...