বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে

বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। বিধানসভাৰ অধিৱেশনৰ মাজতে বিজেপিৰ এই চমক। এতিয়াও কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নাই দাসে। গামোচাৰে আদৰণি ৰহাৰ বিধায়কজনক। মুখ্যমন্ত্ৰীৰ ঘোষণা-তেওঁ চৰকাৰৰ পক্ষত থাকিব। চৰকাৰৰ লগত থকাৰ আগ্ৰহ শশীকান্ত দাসৰ। যোগদান কৰা-নকৰা সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যত আন এটা সমষ্টিত উপ নিৰ্বাচন হোৱাটো স্পষ্ট হ’ল। থাওৰা, মৰিয়নী, ভবানীপুৰৰ পিছত আন এগৰাকী বিধায়কে যোগ দিব শাসকীয় দলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...