কয়লাখনিত গেছ নিৰ্গত হৈ দুজনৰ মৃত্যু, ৭জন আৱদ্ধৰ আশংকা

ভয়ংকৰ ঘটনা। নাগিনীমৰা ইংলক থানা অন্তগৰ্ত লাইনছিলিপত অঘটন। কয়লাজুলত কয়লা খনন কৰি থকা অৱস্থাত গেছ নিৰ্গত হৈ ৭ জন শ্ৰমিকৰ অৱস্থা সংকটজনক। তাৰে দুজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অসুস্থ অৱস্থাত শ্ৰমিককেইজনক উন্নত চিকিত্সাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে প্ৰশাসনৰ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...