আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া
নুন্যতম ১০ টকাৰ পৰা সৰ্বাধিক ৩০ টকালৈ বৃদ্ধি ভাড়া
সংগোপনে ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া
NKTVৰ বাতৰিৰ পিছতেই স্পষ্টীকৰণ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ
০-৫ কি:মি: লৈকে ১০ টকা
৫-৯ কি:মি: লৈকে ১৫ টকা
৯-১৩ কি:মি: লৈকে ১৮ টকা
১৩-১৭ কিঃমিঃ লৈকে ২২ টকা
১৭-২১ কি:মি: লৈকে ২৬ টকা
২১-২৫ কি:মি: লৈকে ৩০ টকা ভাড়া দিব লাগিব যাত্ৰীসকলে
শীঘ্ৰে গুৱাহাটীৰ চিটীবাছত প্ৰযোজ্য হ’ব ই-টিকট ব্যৱস্থা

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

এডভান্টেজ আছাম ২.০ সম্মিলনে বিকাশ আৰু সুযোগৰ নতুন যুগৰ সূচনা কৰিবঃ মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন...

তেল-গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্ত গ্ৰুপে

গ্ৰুপ কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে অসমত তেল আৰু...

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৮ সহস্রাধিক শিল্পীয়ে প্রদর্শন কৰিলে ঝুমইৰ নৃত্য

'ঝুমইৰ বিনন্দিনী' শীর্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ চাহ...

পুৱাই অনুভূত ভূমিকম্প, হাহাকাৰ চৌদিশে

পুনৰ অনুভূত ভূমিকম্প পশ্চিমবংগৰ ভিন্ন প্ৰান্তত অনুভূত ভূমিকম্প পুৱা প্ৰায় ৬...