বজাৰলৈ গৈছেনে এইকেইদিন?

বজাৰলৈ গৈছেনে এইকেইদিন। যদি নহৰু কিনিবলৈ আছে তেন্তে হাতত টকা অলপ বেছিকৈ লৈ যাব। কাৰণ নহৰু এতিয়া মহঙা হল। ৰাজ্যৰ বজাৰত প্ৰতিকিলো নহৰু এতিয়া বিক্ৰী হৈছে চাৰে তিনিশ, চাৰিশ টকাত। তাৰেই সুযোগ লৈছে এটা অসাধু চক্ৰই। ভিন্ন জিলাৰ বজাৰত সেই চক্ৰটোৱে মুকলি কৰি দিছে চীনা নহৰু। ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সাধাৰণ ৰাইজৰ মাজত।

চীনৰ নহৰুৱে দখল কৰিছে অসমৰ বজাৰ
দেশীয় নহৰুৰ দাম এতিয়া ৪০০ পাৰ
পিঁয়াজৰ পাছত এইবাৰ নহৰুৰ বাবে ৰাইজৰ হাহাকাৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...