নৱবিবাহিত দম্পতীলৈ চীন চৰকাৰৰ প্ৰশ্ন

বয়স বাঢ়িছে এখন দেশৰ। বৃদ্ধ–বৃদ্ধাৰে ভৰি পৰিছে দেশখন। প্ৰতিবছৰে হ্ৰাস পাইছে দেশখনৰ জনসংখ্যা। ক্ৰমাৎ হ্ৰাস পাইছে শ্ৰমিক–কৰ্মচাৰীৰ সংখ্যা। উদ্বিগ্ন দেশখনৰ চৰকাৰ। প্ৰায় ৪ দশক পূৰ্বে গ্ৰহণ কৰা ‘এক সন্তান’ নীতিৰ ফলত সম্প্ৰতি এই গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে চীন। ইয়াৰ ফলত দেশখনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। পৰিস্থিতি চম্ভালিবলৈ চৰকাৰে নৱবিবাহিত দম্পতিৰ বাবে বিভিন্ন উদগনিও আঁচনি গ্ৰহণ কৰিও বিফল হ’বলগীয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...