আকৌ হ’ব নেকি লকডাউন? চীনত পুনৰ কৰ’নাৰ সন্ত্ৰাস

পুনৰ স্তব্ধ হ’ব নেকি বিশ্বৰ জন-জীৱন? ক’ভিডৰ উৎপত্তিস্থল চীনত পুনৰ কৰ’নাৰ সন্ত্ৰাস। ক’ভিডৰ বৰ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ চীনত ইতিমধ্যে ঘোষণা কৰা হৈছে লকডাউন। ছাংহাইত বুধবাৰে ৫,২৯৮টা নতুন লক্ষণহীন কৰ’নাৰ অৱস্থিতি আৰু ৩৫৫টা লক্ষণগত ঘটনা ধৰা পৰিছে।

ছাংহাই কৰ্তৃপক্ষই বৃহস্পতিবাৰে আৱাসীসকলক ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰোপ কৰা কঠোৰ নিয়ন্ত্ৰণৰ সৈতে সহযোগিতা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। বুধবাৰে ছাংহাইত ৫,২৯৮টা নতুন লক্ষণহীন ঘটনা আৰু ৩৫৫টা লক্ষণগত ঘটনা চিনাক্ত হৈছে। বুধবাৰৰ বাবে সমগ্ৰ চীনত প্ৰতিবেদিত লক্ষণহীন ৰোগী প্ৰায় ৮০% আৰু লক্ষণ থকা লোক ২০%।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...