১৪ বছৰীয়া ছোৱালী বিয়া পাতিলেই হ’ব গ্ৰেপ্তাৰ

জনতা ভৱনত কেবিনেট বৈঠক সমাপ্ত
বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল

বাল্যবিবাহক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিষিদ্ধতাৰ পিছতো ৰাজ্যত অব্যাহত বাল্যবিবাহ

১৪ বছৰীয়া ছোৱালী বিয়া পাতিলেই গ্ৰেপ্তাৰ
POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ হ’ব অভিযুক্ত
নাবালিকাক বিয়া দিলে গ্ৰেপ্তাৰ হ’ব উভয় পৰিয়ালৰ সদস্য
১৫ দিনৰ ভিতৰত আৰক্ষীয়ে চলাব অভিযান
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূর্ণ ঘোষণা

প্ৰতি পঞ্চায়তৰ সচিবলৈ কেবিনেটৰ নিৰ্দেশনা প্ৰেৰণ
এতিয়াৰে পৰা বাধ্যতামূলক হ’ব এজাহাৰ প্ৰক্ৰিয়া
যাৱজ্জীৱন কাৰাদণ্ড হ’‍ব পাৰে নাবালিকাক বিয়া পতা অভিযুক্ত
ৰাজ্যত ব্যাপক হাৰত বাঢ়িছে বাল্যবিবাহ আৰু বাল্য মাতৃত্ব
প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ প্ৰধান কাৰণ বাব্যবিবাহ
অসমত বাল্যবিবাহৰ হাৰ ৩১ শতাংশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...