কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ। নিজৰ কামত ধ্যান দিয়ক। ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ যোগ। স্বাস্থ্য ভালেৰে যাব। বাহন ক্রয়ৰ যোগ। ভ্রমণ হ’ব পাৰে।

বৃষ : আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ আছে। কোনো কামত সফলতা লাভৰ যোগ। প্রেমিক-প্রেমিকাৰ শুভ।

মিথুন : আজি আপোনাৰ আর্থিক দিশত উন্নতি লাভ কৰাৰ যোগ আছে। কর্মক্ষেত্ৰত আশা কৰা ধৰণে সফল নহ’ব। প্ৰেমত মধুৰ সম্পৰ্ক থাকিব।

কর্কট : আজি আপুনি কর্মত সিদ্ধি লাভ কৰিব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ সম্ভাৱনা।

সিংহ : আজি আপোনাৰ মনটো চঞ্চল হৈ থাকিব। শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

কন্যা : আজি আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। শিল্পী-সাহিত্যিকৰ মধ্যম। হাতলৈ ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

তুলা : আজি আপোনাৰ শৰীৰৰ সিৰ-ব্যাধি ভয়ে দেখা দিব। বহু দিন আগতে পাব লগা ধন হাতলৈ আহিব পাৰে। শিল্পী-সাহিত্যিকৰ শুভ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম।

বৃশ্চিক : আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। বন্ধুত্ব গঢ়ি উঠিব পাবে। স্থায়ী সম্পত্তি ক্রয় কৰাৰ সময়ত সাৱধান হ’ব। প্রেমিক-প্রেমিকাৰ মধ্যম।

ধনু : আজি আপোনাৰ বুদ্ধি হানি হ’ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকক। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ’ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যাৰ্থীসকলৰ মধ্যম।

মকৰ : আপোনাৰ আজি কর্মক্ষেত্ৰত বিস্তাৰ লাভ কৰাৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব পাৰে। চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ।

কুম্ভ : ব্যৱসায়ীসকলৰ আজি অযথা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। মোকর্দমাত সিদ্ধি লাভ কৰিব পাৰে। ভ্ৰমণকাৰীসকলৰ বাবে দিনটো শুভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...