শোকাৱহ দুৰ্ঘটনাত বিধায়কৰ মৃত্যু

তেলেংগনাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু BRSৰ বিধায়িকা লস্যা নন্দিতাৰ
এখন সভালৈ গৈ থাকোঁতেই বিধায়িকাৰ গাড়ীৰ খুন্দা পথৰ বেৰিকেডত
ঘটনাত শোকপ্ৰকাশ তেলেংগনাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ
দুৰ্ঘটনাটোত বাহনখনৰ চালকো গুৰুতৰভাবে আহত
যোৱাবছৰ ফেব্ৰুৱাৰী মাহত লস্যাই হেৰুৱাইছিল পিতৃক
বিধায়িকা নিৰ্বাচিত হোৱাৰ পাছতেই জনপ্ৰিয় হৈ পৰিছিল নেত্ৰীগৰাকী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...