নাথাকে কোনো বাধা-নিষেধ, SOP, পিন্ধিব নালাগে মাস্ক; ঘোষণা চৰকাৰৰ!

আগন্তুক সপ্তাহৰ পৰা বৃটেইনত বাধ্যতামূলক নহয় মাস্ক। বৃটেইনত অ’মিক্ৰন হ্ৰাস পোৱাৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ বৰিছ জনছনৰ। ক্ৰমাৎ দেশখনত অ’মিক্ৰনৰ সংক্ৰমণ হ্ৰাস পাইছে।

আনহাতে ক’ৰনা পৰিস্থিতিৰ বাবে অৰ্থনীতিতো পৰিছে গুৰুতৰ প্ৰভাৱ। সেইবাবেই দেশখনলৈ স্বাভাৱিক জীৱন যাত্ৰা উভতাই অনাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ২৭ জানুৱাৰীৰ পৰা ইংলেণ্ডত মাস্ক পিন্ধাতো বাধ্যতামূলক নহ’ব।

আনহাতে ইংলেণ্ডৰ কৰ্মচাৰীসকলে ঘৰৰ পৰা নহয় কাৰ্যালয়ৰ পৰাই কৰিব লাগিব কাম। ২৭ জানুৱাৰীৰ পৰা দেশখনত ক’ভিডৰ আন সমূহ বাধা–নিষেধ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...