জয়ৰ বাবে কঠিন কোনো এটা সমষ্টি অগপক এৰি দিয়াৰ পৰিকল্পনা বিজেপিৰ

দুই মিত্ৰদল অগপ আৰু UPPLক এখনকৈ আসন এৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত ১২খন আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মঙলবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। উল্লেখযোগ্য যে, অগপক ধুবুৰী আৰু UPPLক কোকৰাঝাৰ সমষ্টি এৰি দিব বিগ ব্ৰাডাৰ বিজেপিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...