২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা

গুৱাহাটী, ১৯ জুন, NKTV: বিশিষ্ট চিত্র, ভাস্কৰ্য্য শিল্পী সােণাৰাম নাথ আৰু বিশিষ্ট লােকনৃত্য শিল্পী দ্রোণ ভূঞালৈ ২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।

১৯৯৩ চনৰ পৰা প্ৰতি বছৰে ২০ জুন তাৰিখে অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুণ্যস্মৃতিত প্রদান কৰি অহা ২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ বাবে বিশিষ্ট চিত্র-ভাস্কৰ্য্য শিল্পী সােণাৰাম নাথ আৰু বিশিষ্ট লােকনৃত্য শিল্পী দ্রোণ ভূঞাক মনােনীত কৰা হৈছে। এই বঁটা প্রদান অনুষ্ঠানৰ সময়সূচী পৰৱৰ্তী সময়ত ঘােষণা কৰি আনুষ্ঠানিক ভাৱে বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখনি প্রশস্তি পত্ৰ আৰু অংগবস্ত্র।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...