আজি সপত্নীক বিপিন ৰাৱাটৰ শেষকৃত্য সম্পন্ন

আজি দিল্লীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব CDS জেনেৰেল বিপিন ৰাৱাটৰ শেষকৃত্য। ৩ সেনাৰ কান্ধ পাতি লোৱা ৰাৱটৰ পত্নীৰো সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া। বিয়লি ৪ বজাত ৰাৱাটসহ তেওঁৰ পত্নীক অন্ত্যেষ্টিক্ৰিয়া।

পুৱা ১১ বজাৰ পৰা ১২.৩০ বজালৈ সাধাৰণ লোকে জনাব শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল’ব তিনি দেশৰ সেনা অধিকাৰীয়ে। নেপাল, ভূটান আৰু শ্ৰীলংকাৰ শীৰ্ষ সেনা মূৰব্বীয়ে ভাগ ল’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। ১২.৩০ বজাৰ পৰা ১.৩০ বজালৈ সেনা বিষয়াসকলে জনাব শেষ শ্ৰদ্ধাঞ্জলি।

উল্লেখ্য যে বুধবাৰে তামিলনাডুৰ কুনুৰত সংঘটিত হৈছিল সেনাৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। যি দুৰ্ঘটনাত বিপিন ৰাৱট, তেওঁৰ পত্নী, সেনা বিষয়াসহ মুঠ ১৩জনে হেৰুৱাইছিল প্ৰাণ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...