চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড। ভৱিষ্যত প্ৰজন্মৰ এয়া কেনে ৰূপ?

বাইক বা চাৰিচকীয়া বাহনখনেই যেন সকলো! বাইকখন পালেই আপোন পাহৰা হয় একাংশ। বাইকৰ বিকট শব্দৰে ৰাজপথত সৃষ্টি কৰে ত্ৰাসৰ। সংঘটিত কৰে দুৰ্ঘটনা নাইবা চিৰদিনৰ বাবে ঘুণীয়া কৰে কোনোবা পথচাৰীক। তাৰ মাজতে এইবাৰ মৰিগাঁৱৰ এক ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মৰিগাঁৱৰ ৰাজপথত এতিয়া উদণ্ড যুৱকৰ সন্ত্ৰাস৷ বাইক আৰু চাৰিচকীয়া বাহন লৈ ষ্টাণ্ট যুৱকৰ দলৰ। কাণ্ড-জ্ঞান নথকা একাংশ উদণ্ড যুৱকৰ বাবেই ৰাজপথলৈ ওলাব নোৱাৰা হৈছে মৰিগাঁওবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...