ৰঙালী বিহুৰ পূৰ্বে অসমবাসীৰ বাবে ভাল খবৰ

ৰঙালী বিহুৰ পূৰ্বে অসমবাসীৰ বাবে ভাল খবৰ। কাজি নেমু গামোচাৰ পাছত অসমীয়া গহনাই লাভ কৰিলে GI টেগ। ২০১৮-১৯ বৰ্ষতে শিল্পীৰ সুৰক্ষা, স্বীকৃতিৰ বাবে লোৱা হৈছিল প্ৰস্তাৱ। অৱশেষত অসম চৰকাৰৰ প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা। GI টেগ লাভৰ তথ্য সামাজিক মাধ্যম যোগে প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...