চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড। ভৱিষ্যত প্ৰজন্মৰ এয়া কেনে ৰূপ?

বাইক বা চাৰিচকীয়া বাহনখনেই যেন সকলো! বাইকখন পালেই আপোন পাহৰা হয় একাংশ। বাইকৰ বিকট শব্দৰে ৰাজপথত সৃষ্টি কৰে ত্ৰাসৰ। সংঘটিত কৰে দুৰ্ঘটনা নাইবা চিৰদিনৰ বাবে ঘুণীয়া কৰে কোনোবা পথচাৰীক। তাৰ মাজতে এইবাৰ মৰিগাঁৱৰ এক ভিডিঅ’ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মৰিগাঁৱৰ ৰাজপথত এতিয়া উদণ্ড যুৱকৰ সন্ত্ৰাস৷ বাইক আৰু চাৰিচকীয়া বাহন লৈ ষ্টাণ্ট যুৱকৰ দলৰ। কাণ্ড-জ্ঞান নথকা একাংশ উদণ্ড যুৱকৰ বাবেই ৰাজপথলৈ ওলাব নোৱাৰা হৈছে মৰিগাঁওবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...