অসম-অৰুণাচলৰ সীমান্তৱৰ্তী জামপানিত খাদ্যত বিষক্ৰিয়া

অসম-অৰুণাচলৰ সীমান্তৱৰ্তী জামপানিত খাদ্যত বিষক্ৰিয়া। বিষাক্ত কাঠফুলা খাই অসুস্থ ১২ জনকৈ লোক। ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক। বুধবাৰে পুৱা বনৰীয়া কাঠফুলা ভক্ষণৰ পিছতে অসুস্থ হৈ পৰে লোককেইজন। শৌচ, বমি, মূৰৰ বিষত আক্ৰান্ত হোৱাত তেওঁলোকক ভৰ্তি কৰোৱা হয় হাস্পতালত। সম্প্ৰতি কেইবাজনো লোক চিকিৎসাধীন হৈ আছে জোনাইৰ অসামৰিক চিকিৎসালয়ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...